Assamese Wikisource Workshop, Guwahati/Feedback/JyotiPN

From Meta, a Wikimedia project coordination wiki

Please summarize your experience in this program in 2-3 sentences? (How was you experience, was it helpful? Be innovative! You may write in text, or upload a video/audio etc)

A: সুন্দৰ অভিজ্ঞতা হ'ল। এক বন্ধুত্বপূৰ্ণ বাতাবৰণ সৃষ্টিশীল কামৰ বাবে অত্যন্ত জৰুৰী। আমি জয়ন্ত নাথ আৰু টিটো দত্তৰ দৰে দুজন বন্ধুভাৱাপন্ন প্ৰশিক্ষক আৰু গীতাৰ্থ বৰদলৈৰ ৰূপত এজন পথপ্ৰদৰ্শক পাই যথেষ্ট লাভাম্বিত হৈছোঁ। থকা-খোৱা আৰু প্ৰশিক্ষণ-তিনিওটিয়ে উচ্চ মানসম্পন্ন আছিল। কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ পাই আমি সুখী।


Please explain what went well during the workshop?(write in details, please)

A: দলবদ্ধভাৱে কাম কৰিলে, কামটো অধিক উৎপাদনক্ষম হয়-এই বিষয়ে এটা ইতিবাচক ধাৰণা হ'ল। কৰ্মশালাখন কৰি আমি অতি উৎসাহী আৰু তজবজীয়া অনুভৱ কৰিছোঁ।


Please explain what are the areas that can be improved and would you have liked to be different?(how could we improve the workshop, write in details, please)

A: ৱিকিউৎসত কাম কৰিবলৈ আৰম্ভ কৰা নতুন শিকাৰু ৰূপে বিশেষ সালসলনিৰ কথা মনলৈ নাহে। যিখিনি পাইছোঁ তাকে ভালদৰে শিকি ল'বলৈ আগ্ৰহী।

What did you learn in the program?

A: কিতাপ এখন ৱিকিউৎসত কেনেদৰে অন্তৰ্ভুক্ত কৰে সেই বিষয়ে থকা কৌতূহল নিবাৰণ হ'ল। মুদ্ৰন সংশোধনৰ সময়ত সঁজুলিবোৰ ব্যৱহাৰৰ বিষয়ে বহুখিনি শিকিলোঁ আৰু এতিয়া আগতকৈ পৰিপাটি আৰু নিখুঁতকৈ মুদ্ৰন সংশোধন কৰিবপৰা হৈছোঁ।

What learnings you gained from this program will you share with other community members and how?

A: হয়, মই ইচ্ছুক তথা আগ্ৰহীজনক জনাখিনি শিকাবলৈ সদা তৎপৰ হৈ থাকিম। তেওঁলোকক প্ৰত্যক্ষ অথবা পৰোক্ষ দুয়োধৰণে সহায় কৰিম। এই কৰ্মশালাত দলৱদ্ধভাবে কাম কৰাৰ অভিজ্ঞতাই এক নতুন উপলব্ধি দিলে।

What are the future activities you wanted to plan after this event?

A: পঢ়ি ভালপোৱা আৰু প্ৰয়োজনীয় বুলি ভৱা কিছু কিতাপ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা আছে।