মেটা: স্বয়ংক্ৰিয়ভাৱে নিশ্চিত ব্যৱহাৰকাৰীসকল
Appearance
মেটা-ৱিকিত স্বয়ংক্ৰিয়ভাৱে নিশ্চিত ব্যৱহাৰকাৰী গোটৰ বিষয়ে তথ্য।
২০১৮ চনৰ ডিচেম্বৰ মাহলৈ মেটা-ৱিকিত স্বয়ংক্ৰিয়ভাৱে নিশ্চিত অৱস্থা ৪ দিন আৰু ৫টা সম্পাদনাৰ পিছত স্বয়ংক্ৰিয়ভাৱে পোৱা যায় (আৰ্কাইভ কৰা একমত চাওক)। পূৰ্বতে পঞ্জীয়নৰ মাত্ৰ ৪ দিনৰ পিছতহে ব্যৱস্থাটোৱে এটা একাউণ্টক উক্ত অৱস্থালৈ স্বয়ংক্ৰিয়ভাৱে উন্নীত কৰাৰ প্ৰয়োজন হৈছিল। Bureaucrats এ কিছুমান ক্ষেত্ৰত ব্যৱহাৰকাৰী একাউণ্টসমূহ হস্তচালিতভাৱে নিশ্চিত কৰিব পাৰে। মেটা:নিশ্চিত ব্যৱহাৰকাৰী চাওক।
অনুমতি
- View detailed abuse log entries
(abusefilter-log-detail) - আই-পি ভিত্তিক গতি সীমাৰ দ্বাৰা প্ৰভাৱিত নহ’ব
(autoconfirmed) - সমজুৱা পৃষ্ঠাৰূপে গ্ৰন্থ সাঁচক
(collectionsaveascommunitypage) - সদস্য পৃষ্ঠাৰূপে গ্ৰন্থ সাঁচক
(collectionsaveasuserpage) - "semi protected" হিচাপে সুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰক
(editsemiprotected) - Retrieve information about IP addresses attached to revisions or log entries
(ipinfo) - Access a basic view of the IP information attached to revisions or log entries
(ipinfo-view-basic) - পৃষ্ঠাসমূহ স্থানান্তৰ কৰক
(move) - CAPTCHAৰ মাজেৰে নোযোৱাকৈ CAPTCHA সক্ৰিয় কৰা কাম কৰক
(skipcaptcha) - Reset failed or transcoded videos so they are inserted into the job queue again
(transcode-reset) - View information about the current transcode activity
(transcode-status)