Jump to content

কুইয়াৰিং ৱিকি ২০২৬/কাৰ্যসূচী

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Queering Wiki 2026/Program and the translation is 68% complete.

কুইয়াৰিং ৱিকি কাৰ্যসূচী

The QW26 programme is now available! You can find it here

Meetups

Meetups are self-organised gatherings by participants and groups around shared identities, nationalities, or interests. Dedicated time slots are available for scheduling meetups on a first-come, first-served basis. Please note that meetups will take place during the lunch break on the second and third conference days. To register, simply include the theme of your meetup in any of the available time slots below.

Saturday, 24 October

Hall Plenary Room Breakout Room 1 Breakout Room 2
12:30 - 13:30 Queer Artists & Photographers Meetup Free time slot BIPOC Connections

Sunday, 25 October

Hall Plenary Room Breakout Room 1 Breakout Room 2
12:30 - 13:30 Free time slot Free time slot TGNC Connections

সন্মিলনৰ ধাৰা

কুইয়াৰিং ৱিকি ২০২৬ৰ কাৰ্যসূচী তিনিটা বিষয়ভিত্তিক ধাৰাত সংগঠিত কৰা হৈছে। এই পথসমূহে আমাক আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনাবোৰৰ সংযোগস্থলবোৰত চলাচল কৰাত সহায় কৰে।

১.সীমাবিহীন জ্ঞান: ভূগোল, ভাষা আৰু লিংগৰ মাজত সেতুবন্ধন

কুইয়াৰ ৱিকিমিডিয়ানসকলৰ মাজত ভাষিক, সাংস্কৃতিক, প্ৰজন্মগত, জাতিগত আৰু ৰাষ্ট্ৰীয় বৈচিত্ৰ্যৰ দৃশ্যমানতা বৃদ্ধি কৰা অধিৱেশন;

  • বিশ্বৰ গোলকীয় দক্ষিণ আৰু উত্তৰৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত অধিৱেশন;
  • ৱিকিমিডিয়াৰ স্থানসমূহক সকলোৰে বাবে স্বাগতম জনোৱা, সুৰক্ষিত আৰু গ্রহণযোগ্য কৰি তোলাৰ বাবে প্ৰকল্পসমূহ
  • ৱিকিমিডিয়া প্ৰকল্পত cisnormativity, heteronormativity, আৰু / বা homonormativity প্ৰশ্ন কৰা, প্ৰত্যাহ্বান জনোৱা আৰু বিঘ্নিত কৰা অধিবেশন;

ৱিকিমিডিয়া এলজিবিটি + ব্যৱহাৰকাৰী গোট আৰু এলজিবিটি/ৱিকি প্ৰজেক্টৰ ভূমিকাক সম্বোধন কৰা প্ৰস্তাৱসমূহ।

২.কুইয়াৰ ইতিহাস: আৰ্কাইভ, সংগ্ৰহালয়, আৰু ঐতিহাসিক ক্ষতিপূৰণ

  • আমি কেনেকৈ কুইয়াৰ আখ্যানসমূহ নথিভুক্ত, সংৰক্ষণ আৰু পুনৰ উদ্ধাৰ কৰোঁ, সেই বিষয়ে অন্বেষণ কৰা অধিবেশন;
  • গ্লেম (গেলেৰী, পুথিভঁৰাল, আৰ্কইভ আৰু সংগ্ৰহালয়), মৌখিক ইতিহাস, আৰু মুক্ত তথ্যৰ জৰিয়তে প্ৰণালীবদ্ধ মচি পেলোৱা মেৰামতি কৰাৰ চেষ্টা কৰা পদক্ষেপসমূহৰ সৈতে জড়িত প্ৰস্তাৱসমূহ

ৱিকিমিডিয়ান, গ্লেম প্ৰতিষ্ঠান, আৰু সম্প্ৰদায়/শৈক্ষিক/চৰকাৰী প্ৰকল্পসমূহৰ মাজত সহযোগিতা স্থাপন

৩.কুইয়াৰ ফিউচাৰছ এণ্ড ৱাইল্ড আইডিয়াছ: উদ্ভাৱন আৰু অন্বেষণ

  • মুক্ত জ্ঞানেৰে লিংগ সমতাৰ বাবে সৃষ্টিশীল কৌশল ৰূপায়ণ কৰা প্ৰকল্পসমূহ
  • কুইয়াৰ ব্যক্তিসকলক ৱিকিমিডিয়া অৱদানকাৰী আৰু নেতৃত্ব দিবলৈ শক্তিশালী কৰাৰ পদক্ষেপসমূহ

পৰীক্ষামূলক প্ৰকল্প, আৰু উদীয়মান প্ৰযুক্তি

  • পৰৱৰ্তী প্ৰজন্মৰ বিচিত্ৰ মুক্ত জ্ঞানৰ কল্পনা কৰিবলৈ উদ্ভাৱনী চিন্তাধাৰাৰ অধিবেশন।

প্ৰতিটো ধাৰাত অনুপ্ৰেৰণাৰ বাবে উদাহৰণৰ এটা সংহতি অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপোনাৰ প্ৰকল্পটো তালিকাভুক্ত নহয় কিন্তু আপুনি অনুভৱ কৰে যে ই কুইয়াৰিং ৱিকি ২০২৬ৰ অন্তৰ্গত, অনুগ্ৰহ কৰি আপোনাৰ প্ৰৰস্তাৱ দাখিল কৰিবলৈ দ্বিধা নকৰিব!

অধিৱেশনৰ প্ৰকাৰসমূহ

আমাৰ পাঁচ ধৰণৰ অধিবেশন বিন্যাস আছে আৰু আপুনি ইয়াৰ পৰা নিৰ্বাচন কৰিব পাৰে:

পোষ্টাৰ উপস্থাপন (৫ মিনিট)
পোষ্টাৰেৰে উপস্থাপন আৰু আলোচনা। পোষ্টাৰসমূহ ৱিকিমিডিয়া কমনছত উপলব্ধ হ'ব লাগে, প্ৰিন্টৰ বাবে A1 (59.4×84.1 cm / 16.53×23.39 ইঞ্চি) ফৰ্মেট কৰি .png বা .svg হিচাপে জমা দিব লাগে।
চমু আলোচনা (৭–১০ মিনিট)
৫–৭ মিনিটত আপোনাৰ বিষয়টো ভাগ-বতৰা কৰক, আৰু প্ৰশ্নোত্তৰৰ বাবে অতিৰিক্ত ৩ মিনিট পাব।
প্ৰেজেণ্টেশ্যন (১৫–২০ মিনিট)
স্লাইডৰ সৈতে আপোনাৰ পছন্দৰ বিষয়ৰ ওপৰত এক পৰম্পৰাগত প্ৰেজেণ্টেশ্যন — ১৫ মিনিটৰ প্ৰেজেণ্টেশ্যন আৰু প্ৰশ্নোত্তৰৰ বাবে অতিৰিক্ত ৫ মিনিট পাব।
আলোচনা চক্ৰ (৪৫–৬০ মিনিট)
এটা সাধাৰণ বিষয়বস্তুৰ ওপৰত ৩ বা ততোধিক বক্তাই নিজৰ বিষয়সমূহ ভাগ-বতৰা কৰিব, লগতে এজন বৈকল্পিক পৰিচালক থাকিব পাৰে। প্ৰতিজন বক্তাই ১০–১৫ মিনিট সময় পাব, আৰু প্ৰশ্নোত্তৰৰ বাবে অতিৰিক্ত সময় থাকিব।
কৰ্মশালা (৬০–৯০ মিনিট)
এক পাৰস্পৰিক ভাব-বিনিময়মূলক তথা ব্যৱহাৰিক সত্ৰ, য’ত অংশগ্ৰহণকাৰীসকলে কেৱল শুনাৰ পৰিৱৰ্তে সক্ৰিয়ভাৱে নতুন দক্ষতা অনুশীলন কৰিব পাৰে বা নিৰ্দিষ্ট সমস্যা সমাধান কৰিব পাৰে।
কৌশলগত বৈঠক (৬০–৯০ মিনিট)
এলজিবিটিআইকিউ+ (LGBTIQ+) ৱিকিমিডিয়া প্ৰচেষ্টাত কেনেকৈ স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু/অথবা গোলকীয় সমূদায়সমূহক জড়িত কৰিব পাৰি তাৰ ওপৰত এক পৰিচালিত আলোচনা। এই সময়ছোৱা উমৈহতীয়া লক্ষ্য থকা লোকসকলক লগ কৰা আৰু এলজিবিটিকিউ+ সমূদায়ৰ অংশগ্ৰহণমূলক প্ৰচেষ্টাৰ বাবে এক কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে উৎসৰ্গিত কৰা হ’ব।

Organized by

Wikimedia LGBT+ Wikimedia Canada

Wikimedia CH Wikimedia Deutschland