Wikimedia Foundation elections/2021/Translation/as

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation elections/2021/Translation and the translation is 100% complete.

The election ended ৩১ আগষ্ট ২০২১. No more votes will be accepted.
The results were announced on ৭ ছেপ্টেম্বৰ ২০২১. Please consider submitting any feedback regarding the 2021 election on the elections' post analysis page.

2021 Board Elections
Main Page
Candidates
Voting information
Single Transferable Vote
Results
Discussions
FAQ
Questions
Organization
Translation
Documentation
This box: view · talk · edit

এই পৃষ্ঠাখনে ২০২১ চনৰ ব'ৰ্ড নিৰ্বাচন-সংক্ৰান্তীয় পৃষ্ঠাসমূহৰ অনুবাদকাৰ্য্য সমন্বয় কৰে। নিৰ্বাচন সমিতিয়ে এগৰাকী অনুবাদকৰ কৰ্মভাৰ কম কৰিবৰ বাবে কেইবাগৰাকী অনুবাদক বিচাৰি উলিয়াবলৈ যথাসাধ্য চেষ্টা কৰিব। আপোনাৰ অনুবাদ-সম্পৰ্কীয় কিবা সমস্যা বা প্ৰশ্ন থাকিলে অনুগ্ৰহ কৰি Talk:Wikimedia Foundation elections/2021/Translation-ত বাৰ্তা লিখক।

ভোটদানৰ নিৰ্দেশিকা

প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানক

এই নিৰ্বাচনৰ ফলত চাৰিগৰাকী প্ৰাৰ্থী ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজলৈ নিৰ্বাচিত হ'ব।

  • ভোটদানৰ পৃষ্ঠাখনত ড্ৰপ্‌ডাউন বাকচৰ এটা ক্ৰম আছে। পৃষ্ঠাৰ ওপৰৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰৰ ক্ৰমত বাছনি কৰক, "অগ্ৰাধিকাৰ ১" (আটাইতকৈ বেছি পছন্দ কৰা)ৰ পৰা "অগ্ৰাধিকাৰ ১৯" (আটাইতকৈ কম পছন্দ কৰা)লৈ।
  • আপুনি প্ৰতিগৰাকী প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে প্ৰাৰ্থীৰ ৰেংকিং বন্ধ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি কেৱল এগৰাকী প্ৰাৰ্থী বা চাৰিগৰাকী প্ৰাৰ্থী বা আটাইকেইগৰাকী প্ৰাৰ্থীক ৰেংক দিব পাৰে।
  • প্ৰাৰ্থীসকলক মাজৰ কোনো সংখ্যা বাদ নিদিয়াকৈ ৰেংক দিব লাগিব। সংখ্যাসমূহ বাদ দিলে ত্ৰুটি ঘটিব। উদাহৰণস্বৰূপে:
    অগ্ৰাধিকাৰ এক: কুকুৰ
    অগ্ৰাধিকাৰ দুই: (খালী)
    অগ্ৰাধিকাৰ তিনি: মেকুৰী
  • ইয়াৰ অনুমতি নাই। অগ্ৰাধিকাৰ দুই যোগ নকৰাকৈ অগ্ৰাধিকাৰ তিনি যোগ কৰিব নোৱাৰি।
  • আপুনি একেগৰাকী প্ৰাৰ্থীক বহুবাৰ ৰেংক দিব নোৱাৰে। একেগৰাকী প্ৰাৰ্থীক বহুবাৰ ৰেংক দিলে ত্ৰুটি ঘটিব। উদাহৰণস্বৰূপে:
    অগ্ৰাধিকাৰ এক: কুকুৰ
    অগ্ৰাধিকাৰ দুই: কুকুৰ
    অগ্ৰাধিকাৰ তিনি: মেকুৰী
  • ইয়াৰ অনুমতি নাই। প্ৰাৰ্থী "কুকুৰ"ক দুবাৰ ৰেংক দিয়া হৈছে।
  • নিৰ্বাচনৰ সময়ত আপোনাক আপোনাৰ ভোট সলনি কৰিবলৈ অনুমতি দিয়া হয়। ই আপোনাৰ পূৰ্বৱৰ্তী ভোটদান অভাৰৰাইট কৰি পেলাব। আপুনি যিমানবাৰ বিচাৰে সিমানবাৰেই এইটো কৰিব পাৰে।

Backup

এই নিৰ্বাচনত কেনেকৈ ভোট দিব লাগে তাৰে নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰক

Candidate names

  • এডাম ৱাইট
  • ভিনিচায়াছ ছিকীৰা
  • এলিয়ান ডমিনীক ইয়াঅ'
  • ভিক্ট'ৰিয়া ড'ৰ'নিনা
  • ডেৰিউছ জেমিয়েলনিয়াক
  • লিঅ'নেল শ্বীপমেন্‌ছ
  • ৰেডা কেৰবুচে
  • ৰ'জী ষ্টিফেনছন-গুডনাইট
  • মাইক পীল
  • ল'ৰেঞ্জ' ল'ছা
  • ৰবি মোহান্তি
  • অশ্বিন বেইন্দুৰ
  • পৱন সন্তোষ সুৰাম্পুড়ি
  • ৰবিশংকৰ আয়াক্কান্নু
  • ফাৰাহ জেক মুস্তাক্লেম
  • জেৰাৰ্ড মেইজছেন
  • ডগলাছ ইয়ান স্কট
  • পাস্কেল কেমাছ-ৱাল্টাৰ
  • ইভান মাৰ্টিনেজ

Other material

  • title: ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজ নিৰ্বাচন ২০২১
  • jumptext: ভোটদান কেন্দ্ৰীয় ৱিকি এটাত অনুষ্ঠিত হ'ব। স্থানান্তৰিত হ'বলৈ অনুগ্ৰহ কৰি তলৰ বুটামটো ক্লিক কৰক।
  • returntext: ৱিকিমিডিয়া ফাউণ্ডেশ্যন নিৰ্বাচন ২০২১ৰ প'ৰ্টেল
  • unqualifiederror: ক্ষমা কৰিব, কিন্তু আপুনি যোগ্য ভোটাৰ তালিকাত থকা যেন লগা নাই। ভোটাৰৰ যোগ্যতা আৰু আপুনি যোগ্য হ'লে ভোটাৰ তালিকাত কেনেকৈ যুক্ত হ'ব সেই বিষয়ে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি ভোটাৰ সহায় পৃষ্ঠালৈ যাওক।
  • board elections title: ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড নিৰ্বাচন ২০২১
  • candidates: ব'ৰ্ডৰ প্ৰাৰ্থীসকল