ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন/২০২২/ঘোষণা/বোৰ্ড ভোটাৰ ইমেইল

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation elections/2022/Announcement/Board voter email and the translation is 100% complete.

ৱিকিমিডিয়া ফাউণ্ডেচনৰ বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচন, ২০২২ত ভোটদান কৰক

প্ৰিয় $USERNAME,

ইতিমধ্যে আৰম্ভ হোৱা ২০২১ৰ ৱিকিমিডিয়া ফাউণ্ডেচন ট্ৰাষ্টী বোৰ্ড নিৰ্বাচনৰ আপুনি এগৰাকী যোগ্য ভোটাৰ; যাৰবাবে আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছো।

ৱিকিমিডিয়া ফাউণ্ডেচনে $ACTIVEPROJECT আদি প্ৰকল্প ৰূপায়ণ কৰে আৰু ইয়াক নেতৃত্ব দিয়ে এখন ট্ৰাষ্টী বোৰ্ডে, যিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৰূপে কাৰ্যনিৰ্বাহ কৰে। বোৰ্ড অফ ট্ৰাষ্টীজৰ বিষয়ে অধিক জানক।

ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। বিশ্বজুৰি মুঠ ২০গৰাকী প্ৰাৰ্থীয়ে এই আসন কেইখনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ২০২১ৰ ট্ৰাষ্টী বোৰ্ডৰ প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানিবলৈ চাওক

সেইবাবে আপোনাক আৰু ৭০,০০০-তকৈয়ো অধিক বিভিন্ন ৱিকি-সম্প্ৰদায়ৰ সদস্যক ভোটদান কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটদান ২৩ আগষ্টৰ ০০:০০ (UTC) বজাৰ পৰা আৰম্ভ হৈছে আৰু ৭ ছেপ্টেম্বৰ ২৩:৫৯ (UTC) বজালৈ চলিব। ভোটদান কৰিবলৈ [$SERVER/wiki/Special:SecurePoll/vote/Wikimedia_Foundation_Board_Elections_2022 SecurePoll on $ACTIVEPROJECT]।

এই নিৰ্বাচনৰ বিষয়ে অধিক তথ্য জানিবলৈ পঢ়ক


স্বাক্ষৰ

আন্দোলনৰ ৰণনীতি আৰু শাসন এই বাৰ্তাটো নিৰ্বাচন সমিতিৰ হৈ প্ৰেৰণ কৰা হৈছিল


ৱিকিমিডিয়া ফাউণ্ডেচনত আপোনাৰ ই-মেইল ঠিকনা পঞ্জীভূক্ত হৈ থকা হেতুকে আপোনালৈ এই মেইল প্ৰেৰণ কৰা হৈছে। ভৱিষ্যতে নিৰ্বাচন সম্পৰ্কীয় নোটিফিকেচন নাপাবলৈ অনুগ্ৰহ কৰি আপোনাৰ সদস্য নাম নো মেইলিং লিষ্টত সংযোগ কৰক

Plain text version

প্ৰিয় $USERNAME,

ইতিমধ্যে আৰম্ভ হোৱা ২০২১ৰ ৱিকিমিডিয়া ফাউণ্ডেচন ট্ৰাষ্টী বোৰ্ড নিৰ্বাচনৰ আপুনি এগৰাকী যোগ্য ভোটাৰ; যাৰবাবে আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছো।

ৱিকিমিডিয়া ফাউঁণ্ডেচনে $activeproject আদি প্ৰকল্প ৰূপায়ণ কৰে আৰু ইয়াক নেতৃত্ব দিয়ে এখন ট্ৰাষ্টী বোৰ্ডে, যিয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৰূপে কাৰ্যনিৰ্বাহ কৰে। বোৰ্ড অফ ট্ৰাষ্টীজৰ বিষয়ে অধিক জানিবলৈ চাওক: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_Board_of_Trustees/Overview>.

এই বছৰ চাৰিখন আসন এটা সম্প্ৰদায়ৰ ভোটৰ দ্বাৰা বাছনি কৰিব লাগিব। সমগ্ৰ বিশ্বৰ পৰা 19 জন প্ৰাৰ্থীয়ে এই আসনসমূহৰ বাবে প্ৰতিদ্বন্দিতা কৰি আছে। 2021 ৰ ট্ৰাষ্টী পৰিষদৰ প্ৰাৰ্থীৰ বিষয়ে অধিক জানি লওক: <https://meta.wikimedia.org/wiki/Wikimedia_Foundation_elections/2021/Candidates#Candidate_Table>

সেইবাবে আপোনাক আৰু ৭০,০০০-তকৈয়ো অধিক বিভিন্ন ৱিকি-সম্প্ৰদায়ৰ সদস্যক ভোটদান কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটদান ২৩ আগষ্টৰ ০০:০০ (UTC) বজাৰ পৰা আৰম্ভ হৈছে আৰু ৭ ছেপ্টেম্বৰ ২৩:৫৯ (UTC) বজালৈ চলিব। ভোটদান কৰিবলৈ SecurePoll on $ACTIVEPROJECT <$SERVER/wiki/Special:SecurePoll/vote/Wikimedia_Foundation_Board_Elections_2022>

এই নিৰ্বাচনৰ বিষয়ে অধিক তথ্য পঢ়ক: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2021/Board_of_Trustees>.

স্বাক্ষৰ

আন্দোলনৰ ৰণনীতি আৰু শাসন
'' এই বাৰ্তাটো নিৰ্বাচন সমিতিৰ হৈ প্ৰেৰণ কৰা হৈছিল''

 ৱিকিমিডিয়া ফাউণ্ডেচনত আপোনাৰ ই-মেইল ঠিকনা পঞ্জীভূক্ত হৈ থকা হেতুকে আপোনালৈ এই মেইল প্ৰেৰণ কৰা হৈছে। ভৱিষ্যতে নিৰ্বাচন সম্পৰ্কীয় নোটিফিকেচন নাপাবলৈ অনুগ্ৰহ কৰি আপোনাৰ সদস্য নাম নো মেইলিং লিষ্টত সংযোগ কৰক।
<https://meta.wikimedia.org/wiki/Wikimedia_nomail_list>.