Wikimedia Foundation elections/2022/Translation/as

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Foundation elections/2022/Translation and the translation is 80% complete.

This page coordinates translation of the 2022 Board elections pages. The election committee will try its best to find many translators to reduce their individual workload. If you have any problems or questions about translation, please leave a message on Talk:Wikimedia Foundation elections/2022/Translation.

ভোটদানৰ নিৰ্দেশিকা

প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানক

এই নিৰ্বাচনৰ ফলত দুইগৰাকী প্ৰাৰ্থী ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজলৈ নিৰ্বাচিত হ'ব।

  • ভোটদানৰ পৃষ্ঠাখনত ড্ৰপ্‌ডাউন বাকচৰ এটা ক্ৰম আছে। পৃষ্ঠাৰ ওপৰৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰৰ ক্ৰমত বাছনি কৰক, "অগ্ৰাধিকাৰ ১" (আটাইতকৈ বেছি পছন্দ কৰা)ৰ পৰা "অগ্ৰাধিকাৰ ৬" (আটাইতকৈ কম পছন্দ কৰা)লৈ।
  • আপুনি প্ৰতিগৰাকী প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে প্ৰাৰ্থীৰ ৰেংকিং বন্ধ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি কেৱল এগৰাকী প্ৰাৰ্থী বা চাৰিগৰাকী প্ৰাৰ্থী বা আটাইকেইগৰাকী প্ৰাৰ্থীক ৰেংক দিব পাৰে।
  • নিৰ্বাচনৰ সময়ত আপোনাক আপোনাৰ ভোট সলনি কৰিবলৈ অনুমতি দিয়া হয়। ই আপোনাৰ পূৰ্বৱৰ্তী ভোটদান অভাৰৰাইট কৰি পেলাব। আপুনি যিমানবাৰ বিচাৰে সিমানবাৰেই এইটো কৰিব পাৰে।

Backup

এই নিৰ্বাচনত কেনেকৈ ভোট দিব লাগে তাৰে নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰক

Candidate names

  • ফাৰাহ জেক মুস্তাক্লেম
  • Kunal Mehta
  • Michał Buczyński
  • মাইক পীল
  • Shani Evenstein Sigalov
  • Tobechukwu Precious Friday

Other material

  • title: ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজ নিৰ্বাচন ২০২২
  • jumptext: ভোটদান কেন্দ্ৰীয় ৱিকি এটাত অনুষ্ঠিত হ'ব। স্থানান্তৰিত হ'বলৈ অনুগ্ৰহ কৰি তলৰ বুটামটো ক্লিক কৰক।
  • returntext: ৱিকিমিডিয়া ফাউণ্ডেশ্যন নিৰ্বাচন ২০২২ৰ প'ৰ্টেল
  • unqualifiederror: ক্ষমা কৰিব, কিন্তু আপুনি যোগ্য ভোটাৰ তালিকাত থকা যেন লগা নাই। ভোটাৰৰ যোগ্যতা আৰু আপুনি যোগ্য হ'লে ভোটাৰ তালিকাত কেনেকৈ যুক্ত হ'ব সেই বিষয়ে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি ভোটাৰ সহায় পৃষ্ঠালৈ যাওক।
  • board elections title: ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড নিৰ্বাচন ২০২২
  • candidates: ব'ৰ্ডৰ প্ৰাৰ্থীসকল