Assamese Wikisource Workshop, Guwahati/Feedback/নয়ন জ্যোতি নাথ

From Meta, a Wikimedia project coordination wiki
  • Event planning
  • Training
  • Logistics
  • Management


  • Please summarize your experience in this program in 2-3 sentences? (How was your experience, was it helpful? Be innovative! You may write in text, or upload a video/audio etc)
Ans: অভিজ্ঞতা সদায় ভাল। সদস্য সকলৰ মাজত এডাল সাঁকোৰ দৰে এই অনুষ্ঠান সমূহে সদায়ে সহায় কৰি আহিছে।
  • Please explain what went well during the workshop?(write in details, please)
Ans: ৱৰ্কশ্বপৰ বিশেষ ভাল কথাটো আছিল আমাৰ সহযোগিতা। সদস্যৰ অংশগ্ৰহণৰ এটা সুস্থ পৰিসংখ্যা হোৱাত শিক্ষণ আৰু শিকণ দুয়োটাই ফলপ্ৰসূ প্ৰক্ৰিয়া আছিল। অসমীয়া ভাষাটোক সংৰক্ষণৰ ক্ষেত্ৰত আমি আৰু এখোজ আগুৱাই যাবলৈ আৰু এটা বাটৰ কাঁইটবোৰ পৰিস্কাৰ হ'ল। বিশেষকৈ কাৰিকৰী দিশটো বুজাত এই কৰ্মশালাখনে সহায় কৰিলে ।
  • Please explain what are the areas that can be improved and would you have liked to be different? (how could we improve the workshop, write in details, please)
Ans: এই বিষয়ে বিশেষ ক'বলৈ নাই যদিও সময়ৰ ক্ষেত্ৰত কিছু পৰিশোধন আৰু অংশগ্ৰহণকাৰিক বিশেষ আকৰ্ষণৰ বাবে প্ৰমাণ পত্ৰ, বেজ আদি প্ৰদানৰ ব্যৱস্থা ল'ব পাৰে।
  • What did you learn in the program?
Ans : ইণ্টাৰনেটত ইতিমধ্যেই উপলব্ধ কিতাপৰ অনুসন্ধান কৰি ৱিকিউৎসত ইয়াক সংযোগ আৰু OCR পদ্ধতিৰ দ্বাৰা এইসমূহক কেনেকৈ ইউনিকোডলৈ ৰূপান্তৰ কৰিব পাৰি সেই বিষয়ে বিশেষ ভাৱে শিকা হ'ল। ইয়াৰোপৰি সম্পাদনা কৰা, ফটো ইডিট কৰা,আৰু অন্যান্য ৱিকিপিডিয়া সম্পৰ্কীয় সৰু সৰু দুই এক বিষয়ৰ বিষয়ে জ্ঞান হ'ল ।
  • What learnings you gained from this program will you share with other community members and how?
Ans: নিশ্চয়কৈ মোৰ অভিজ্ঞতা সমূহ মোৰ বন্ধু মহল বা অন্যান্য ব্যক্তিক প্ৰণোদিতকৰণৰ দ্বাৰা শিকাবলৈ চেষ্টা কৰিম। গণ মাধ্যমত এই বিষয়ে প্ৰচাৰ কৰি বা কৰ্মশালাৰ আয়োজন কৰিও আগ্ৰহ বঢ়াব পৰা যাব।
  • What are the future activities you wanted to plan after this event?
Ans: সুবিধা অনুসৰি মই শিকা প্ৰতিটো কথাৰেই বাস্তৱ প্ৰয়োগৰ বাবে দিহা কৰিম। ইতিমধ্যে সময় সুবিধা মিলাই কিছু আগবাঢ়িছোঁ

ধন্যবাদ!

🙏

নয়ন জ্যোতি নাথ (talk)