Jump to content

আন্দোলনৰ চনদ/খচৰা সমিতি/ঘোষণা- ভোটৰ অনুমোদন আহ্বান (পূৰ্বৰ ভোটাৰসকল)

From Meta, a Wikimedia project coordination wiki

এতিয়াই ৱিকিমিডিয়া আন্দোলনৰ চনদ/চাৰ্টাৰ অনুমোদন কৰিবলৈ মনত পেলাই দিয়া৷

অতিৰিক্ত ভাষালৈ অনূদিত হোৱা এই বাৰ্তাটো আপুনি মেটা-ৱিকিত পাব পাৰে। Please help translate to your language

প্ৰিয় ৱিকিমিডিয়ান,

আপুনি এই বাৰ্তাটো লাভ কৰিছে, কাৰণ আপুনি ২০২১ মুভমেণ্ট চাৰ্টাৰ সমিতি(MCDC)ৰ নিৰ্বাচনত ভোট দিছিল৷

ইয়াৰ দ্বাৰা আপোনাক জনোৱা হ’ল যে, যদি আপুনি এতিয়াও চূড়ান্ত “ৱিকিমিডিয়া মুভমেণ্ট চাৰ্টাৰৰ খচৰা’’ অনুমোদনৰ বিষয়টোত ভোট দিয়া নাই, অনুগ্ৰহ কৰি “৯ জুলাই, ২০২৪’’ৰ ৰাতি ১১:৫৯ মিনিটৰ ভিতৰত ভোট দিয়ক৷

ৱিকিমিডিয়া মুভমেণ্ট চাৰ্টাৰ/চনদৰ চূড়ান্ত পাঠ আপুনি আপোনাৰ ভাষাত পঢ়িবলৈ পাব৷ তাৰপিছত আপুনি ভোটদানৰ যোগ্য হয়নে নহয় নিজে পৰীক্ষা কৰক৷ যদি আপুনি যোগ্য তেন্তে, SecurePoll ভোট দিয়ক৷

চাৰ্টাৰ/চনদ নিৰ্বাচন আয়োগ(Charter Electoral Commission)ৰ হৈ৷ ধন্যবাদ৷