ৱিকিপিডিয়া চন্দ্ৰলৈ/শুভেচ্ছা
Jump to navigation
Jump to search
Home | Phase 1: scenarios | Phase 2: voting | Phase 3: working | Phase 4: wrap-up | About | FAQ |
done | done | done | done |
এয়া পাৰ্ট টাইম চাইণ্টিষ্টছে ২০১৭ চনত নিজৰ চন্দ্ৰলৈ প্ৰক্ষেপণ কৰাৰ অভিযানৰ প্ৰাৰম্ভত নিৰ্বাচিত প্ৰবন্ধ আৰু তালিকাৰ লগত ডিস্কত ৰাখিবলগীয়া শুভেচ্ছা। অনুগ্ৰহ কৰি এই শুভেচ্ছা নিজৰ ভাষালৈ অনুবাদ কৰি আমাক সহায় কৰক।
শুভেচ্ছা
এক বিশ্ব য'ত প্ৰত্যেক ব্যক্তিৰ বাবে সকলো জ্ঞানৰ যোগফল উপলব্ধ, ই আমাৰ দৰ্শন, আমাৰ স্বপ্ন। আমি জ্ঞান সংগ্ৰহ, বিকাশ আৰু মুক্তভাৱে বিতৰিত কৰিব বিচাৰো - কাৰণ জ্ঞান মানেই মুক্তি।
এই ডিস্কত আছে ২০০১ৰপৰা ২০১৬লৈ ১৫ বছৰে দশো সহস্ৰজনে সংগ্ৰহ কৰা সম্ভেদ। ই বৰ্তমানলৈকে বিশ্বৰ সৰ্ববৃহৎ বিশ্বকোষ ৱিকিপিডিয়াৰ চয়নিত তালিকা আৰু প্ৰবন্ধৰ সংগ্ৰহ। ই বৃহত্তৰ ভালৰ বাবে মানৱৰ দ্বাৰা সৃষ্ট বৃহত্তম্ জ্ঞানৰ উৎস।