Grants:MSIG/Announcements/2021/Global message/as

From Meta, a Wikimedia project coordination wiki
Jump to navigation Jump to search
This page is a translated version of the page Grants:MSIG/Announcements/2021/Global message and the translation is 100% complete.

গতি ৰণকৌশল ৰূপায়ণ অনুদানে আপোনাৰ গতি ৰণকৌশল পৰিকল্পনাক কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়ে জানক।

গতি ৰণকৌশল পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে গতি ৰণনীতি ৰূপায়ণ অনুদানে (MSIG) $২,০০০ আমেৰিকান ডলাৰৰো অধিক অনুদান প্ৰদান কৰিব। ইয়াতে আপুনি গতি ৰণকৌশল ৰূপায়ণ অনুদান, ইয়াৰ চৰ্তাৱলী আৰু কেনেকৈ আবেদন কৰিব লাগে, সেই বিষয়ে অধিক জানিব পাৰিব।