Grants:MSIG/Announcements/2021/Global message/as
Jump to navigation
Jump to search
গতি ৰণকৌশল ৰূপায়ণ অনুদানে আপোনাৰ গতি ৰণকৌশল পৰিকল্পনাক কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়ে জানক।
গতি ৰণকৌশল পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে গতি ৰণনীতি ৰূপায়ণ অনুদানে (MSIG) $২,০০০ আমেৰিকান ডলাৰৰো অধিক অনুদান প্ৰদান কৰিব। ইয়াতে আপুনি গতি ৰণকৌশল ৰূপায়ণ অনুদান, ইয়াৰ চৰ্তাৱলী আৰু কেনেকৈ আবেদন কৰিব লাগে, সেই বিষয়ে অধিক জানিব পাৰিব।