সন্মিলন

From Meta, a Wikimedia project coordination wiki
Jump to navigation Jump to search
Wikimedia Meetups +/-
Upcoming
Cambridge 42 14 December
New York City 18 December
Recent
London 149 8 December
Hong Kong 122 23 November
Oxford 78 17 November
Beijing 17 6 October
Shenyang 3 13 September
Igbo Wiki Strategy Salon 24 August
Manchester 36 9 June
Cambridge 41 12 May
London SkillShare 2 7 May
London Wikidata 2 2 May
Regular
list of regular meetups
Archives
London · Hong Kong
english deutsch
esperanto français
italiano polski

সন্মিলন হৈছে অনানুষ্ঠানিকভাৱে ৱিকিমিডিয়ানসকল (ৱিকিপিডিয়া আৰু ভগ্নী প্ৰকল্পসমূহৰ সদস্যসকল) মুখামুখীকৈ লগ কৰাৰ এটা উৎকৃষ্ট উপায়। বহু বছৰৰ পৰাই সমগ্ৰ বিশ্বত এনে বহুতো সন্মিলন অনুস্থিত হৈ আহিছে। ইয়াৰ জড়িয়তে তেওঁলোকে নিজৰ কলা-সংস্কৃতিক উত্তৰণ কৰাৰ ক্ষেত্ৰত বহু সহায় লাভ কৰিছে। এই বিষয়ে অধিক বুজিবলৈ আপোনাৰ পচন্দৰ ঠাইত অনুস্থিত হোৱা যিকোনো এখন পূৰ্ৱবতী সন্মিলনৰ পৃষ্ঠা চাব পাৰে।

প্ৰত্যেক একক প্ৰকল্পত মেটা, মেইলিং লিষ্ট, বা সন্মিলন পৃষ্ঠাৰ যোগেদি সন্মিলনৰ আয়োজন কৰিব পাৰি। আপুনি যদি কোনো সন্মিলনত অংশ গ্ৰহণ কৰিছে, ইয়াত এটা সৰু প্ৰতিবেদন লিখিব পাৰে (বেচিকৈ লিখিম বুলি ভাবিছে যদি, পৃষ্ঠাখনলৈ সংযোগ দিব পাৰে)।

ৱিকিমিডিয়া আৰু মিডিয়াৱিকি সম্পৰ্কীত কাৰ্য়াৱলীসমূহৰ পৃষ্ঠাবোৰো চাব পাৰে - আলোচনাৰ সময়ৰ প্ৰদৰ্শন, মেলা, সাংস্কৃতিক কাৰ্যক্ৰম আদি। ৱিকিমিডিয়া সমাজৰ অন্য সদস্য সকলৰ লগত সাক্ষাৎ কৰাৰ ই এখন ভাল মঞ্চ।

স্থানীয় সন্মিলন পৃষ্ঠা (ভাষা অনুসৰি): als | ar | an | as | bn | bs | bg | bo | ca | cs | da | de | el | en | es | eo | et | eu | fr | ka | ko | hr | id | it | he | jv | hu | mk | nl | ja | no | uz | nds | or | pl | pt | ro | ru | sk | sl | sr | fi | sv | te | th | tr | uk | vec | vi | zh

আগন্তুক কাৰ্যাৱলী[edit]

চাওক...

  • অন্যান্য স্থানীয় ৱিকিপিডিয়াৰ সন্মিলন পৃষ্ঠা:
ad | als | ar | an | bn | bs | bg | bo | ca | cs | da | de | el | es | eo | eu |

fr | ko | hr | id | it | he | jv | hu | lv | mk | nl | ja | no | uz | nds | pl | pt | ro | ru | sk | sl | sr | fi | sv | th | uk | vec | vi | zh

  • কাৰ্যাৱলীসমূহ, বৃহৎ কাৰ্যাৱলী আৰু আলোচনাচক্ৰৰ বাবে (ম্যাদ ওকলিযোৱাও হ'ব পাৰে)

ৱিকিমিডিয়া সন্মিলন কেনেকৈ পৰিচালনা কৰিব[edit]

সমগ্ৰ বিশ্বজুৰি শতাধিক ৱিকিমিডিয়া সন্মিলন অনুস্থিত হৈছে। যদি আপুনি আপোনাৰ অঞ্চলত এখন ৱিকিমিডিয়া সন্মিলন অনুস্থিত কৰিব বিচাৰিছে, তেন্তে তলত দিয়া এনে সন্মিলন অনুস্থিত কৰা অন্য লোকসকলৰ অভিজ্ঞতাৰ পাঠসমূহৰ সহায় লব পাৰে।

ব্যৱস্থাপনা[edit]

সভাখন[edit]

পিছত[edit]

সন্মিলনখন যদি নিয়মীয়া হয়[edit]