Template:Main Page/Intro/as

From Meta, a Wikimedia project coordination wiki

মেটা-ৱিকি

ৱিকিমিডিয়া প্ৰকল্প আৰু ৱিকিমিডিয়া আন্দোলনৰ গোলকীয় সামাজিক ছাইট মেটা-ৱিকিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ভৱিষ্যত ৱিকিমিডিয়া কাৰ্যাৱলীৰ সমন্বয় আৰু নথিকৰণৰ পৰা আচঁনি প্ৰস্তুতকৰণ আৰু বিশ্লেষণলৈকে সকলো পৰ্যায়ৰ আলোচনা মেটা-ৱিকিত কৰা হয়।

ৱিকিমিডিয়া আউটৰিচৰ দৰে অন্য বহু-বিষয়ৰ বিশেষীকৃত ৱিকি প্ৰকল্পসমূহৰো মূল হৈছে এই মেটা-ৱিকি। এই সম্পৰ্কীয় আলোচনা ৱিকিমিডিয়া মেইলিং লিষ্ট (বিশেষকৈ ৱিকিমিডিয়া-১, ইয়াতকৈ কম-জনপ্ৰিয় সমপৰ্যায়ৰ ৱিকিমিডিয়াঘোষণা), মুক্তটোকাৰ আইআৰচি চেনেল, ৱিকিমিডিয়া সগযোগী একক ৱিকিসমূহ, আৰু অন্য স্থানতো কৰা হয়।