Fundraising 2011/Banners 2/as

From Meta, a Wikimedia project coordination wiki
Translation instructions
  • For pages marked "Missing" or "In progress", click the page title and start translating. When you are done, click "edit status" and change the status to proofreading.
  • For pages marked "Needs updating", compare the page to the source page and update the translation accordingly. When you are done, click "edit status" and change the status to proofreading.
  • It is important to have someone else proofread the translated page! If you have proofread a page and it is ready for publication, click "edit status" and change that page's status to ready.
  • If you are changing something that has already been published, change its status back to ready for it to be published again.

If you have any questions or feedback regarding the translation process, please post them here. Translation FAQ

Banners round two
  1. যদি এই লেখা পঢ়ি থকা প্ৰত্যেকজনেই %AMOUNT%ৰ বৰঙণি আগবঢ়াই,
    আজিয়েই আমাৰ খৰচ বাবে লগা অৰ্থৰ লক্ষ্য সম্পূৰ্ণ হ’ব।
  2. ৱিকিপিডিয়াক মুক্ত কৰি ৰাখিবলৈ দান কৰক।
  3. আজিৰ লক্ষ্য %AMOUNT% পাবলৈ সহায় কৰক!
  4. আমি এতিয়া %CURRENCY%ও গ্ৰহণ কৰো।
  5. %CURRENCY% আমি গ্ৰহণ কৰো।
Banners round three
  1. এই বছৰৰ লক্ষ্য %AMOUNT% পাবলৈ আমাক সহায় কৰক।
  2. এই বছৰৰ %AMOUNT% বাজেট বৃদ্ধি কৰিবলৈ সহায় কৰক।
  3. আমাৰ বাৰ্ষিক লক্ষ্য: %AMOUNT%
  4. ৱিকিমিডিয়াৰ বাৰ্ষিক বাজেট: %AMOUNT%
  5. আজিৰ লক্ষ্য: %AMOUNT%
  6. %AMOUNT% গোটাবলৈ বাকী।
Banners round four
  1. অনুগ্ৰহ কৰি পঢ়ক
    ৱিকিপিডিয়াৰ সম্পাদক কাৰ্তিক নাদাৰৰ
    এক ব্যক্তিগত অনুৰোধ।
  2. Please read:
    ৱিকিপিডিয়াত ১৮,০০০ সম্পাদনা কৰা
    এজন সম্পাদকৰ ব্যক্তিগত অনুৰোধ।
LPs round two
  1. ৱিকিপিডিয়াৰ সম্পাদক কাৰ্তিক নাদাৰৰ পৰা।
  2. ৱিকিপিডিয়াৰ এগৰাকী সম্পাদকৰ পৰা।
Where your donation goes 2
  1. আপোনাৰ বৰঙণিৰ কিয় প্ৰয়োজন:
  2. ৱিকিপিডিয়া অলাভজনক ৱেবচাইট, কিন্তু ই বিশ্বৰ পঞ্চম বৃহত্তম ৱেবচাইট, তিমাহে ই প্ৰায় ৪৭০নিযুত জন মানুহৰ মাজৰ জ্ঞান প্ৰসাৰ কৰে - য’ত প্ৰতি মাহে পৃষ্ঠা দৰ্শণৰ পৰিসংখ্যা বহু কোটি হয়।
  3. আমাৰ অভিযানক সুদৃঢ় কৰি ৰখাৰ বাবে অশেষ চেষ্টা কৰিছো, গুগলৰ চাৰ্ভাৰৰ সংখ্যা প্ৰায় এক নিযুত। তেনেদৰে য়াহুৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১৩,০০০, আমাৰ চাৰ্ভাৰ মাত্ৰ ৬৭৯টা আৰু ৯৫জন কৰ্মাচাৰী।
  4. আমি বিজ্ঞাপন প্ৰচাৰ নকৰো, বাণিজ্য থিক আছে, বিজ্ঞাপন প্ৰচাৰ কৰাতোও বেয়া নহয়, কিন্তু এইবোৰ ৱিকিপিডিয়াৰ অন্তৰ্ভূক্ত নহয় কেতিয়াও।
  5. যদি এই লেখাটো কেঘণ্টামানৰ পঢ়া প্ৰতিজন পঢ়ুৱৈয়ে কম পৰিমানেও দান আগবঢ়াই সেইয়া আমাৰ এবছৰৰ খৰচৰ বাবে যতেষ্ঠ হ’ব। কিন্তু সকলোৱে সিমানখিনি দিব নোৱাৰে বা নিদিয়ে। সেইয়া থিক আছে। প্ৰতি বছৰে যতেষ্ঠ সংখ্যাক মানুহে দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  6. আমি মাত্ৰ সিমানখিনি অৰ্থহে সংগ্ৰহ কৰো, যিখিনি আমাৰ প্ৰয়োজনীয়।
  7. এই বছৰ আপুনিও ১০০টকা, ২০০টকা, ৩০০০টকা বা আপুনি বিচৰা ধৰণেৰে যিকোনো পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে।