সাৰ্বজনীন আচৰণবিধি/প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী/ভোটাৰৰ তথ্য/স্বেচ্ছাসেৱক

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Universal Code of Conduct/Enforcement guidelines/Voter information/Volunteer and the translation is 100% complete.

VOTE HERE

Universal Code of Conduct

সাৰ্বজনীন আচৰণবিধি (UCoC)ৰ বাবে প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহক অনুমোদিত কৰিবলৈ ২০২২ চনৰ ৭ৰ পৰা ২১ মাৰ্চলৈকে SecurePoll-ৰ জৰিয়তে এক ভোটদান প্ৰক্ৰিয়া নিৰ্ধাৰিত কৰা হৈছে। ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী যোগ্য ভোটাৰেই প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ গ্ৰহণ কৰাৰ সমৰ্থন বা বিৰোধিতা কৰাৰ লগতে UCoC-ৰ বাবে প্ৰৱৰ্তনৰ পথ আৰু প্ৰক্ৰিয়াসমূহ স্থাপন কৰিবলৈ প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ অনুমোদিত কৰাটো কিয় প্ৰয়োজনীয়― তাৰ কাৰণ জনোৱাৰ সুযোগ পাব।

স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সমাজত অনুমোদন ভোটৰ প্ৰচাৰ কৰাত সহায় কৰিব পাৰে

আমি ভোটাৰ তথ্যৰ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াবলৈ সমাজৰ সদস্য বিচাৰি আছোঁ। তলত দিয়া ক্ষেত্ৰসমূহত সহায়ৰ প্ৰয়োজন:

  • প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী, ভোটদান আৰু ভোটাৰ তথ্যৰ পৃষ্ঠা অনুবাদ কৰক
  • সামাজিক চেনেলসমূহত চলি থকা অনুমোদন প্ৰক্ৰিয়া ঘোষণা কৰক
  • বৈকল্পিক: সমাজৰ মন্তব্য আৰু প্ৰশ্নসমূহৰ বাবে সামাজিক চেনেলসমূহ নিৰীক্ষণ কৰক।

স্বেচ্ছাসেৱকসকলে এয়া কৰা উচিত:

  • বাৰ্তালাপ আৰু কাৰ্যসূচীৰ সময়ত বন্ধুত্বপূৰ্ণ স্থান নীতি বজাই ৰাখিব
  • নিৰ্দেশনা আৰু ভোটদানৰ তথ্য সমাজৰ ওচৰত নিৰপেক্ষভাৱে উপস্থাপন কৰিব।

আপুনি এগৰাকী ভোটাৰ তথ্য স্বেচ্ছাসেৱক হ'ব আৰু আপোনাৰ সমাজক ভোটত প্ৰতিনিধিত্ব কৰাটো নিশ্চিত কৰিব বিচাৰে নেকি? আপডেট পাবলৈ মেটা-ৱিকিত পঞ্জীয়ন কৰক। আপুনি অনুবাদ-সম্পৰ্কীয় প্ৰশ্নৰ বাবে আলোচনা-পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে নাইবা আপুনি ইমেইলযোগে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে: ucocproject(_AT_)wikimedia.org

অনুবাদ কৰিবলগীয়া পৃষ্ঠাসমূহ

  1. Universal Code of Conduct/Enforcement guidelines/Revision discussions/Announcement
  2. Universal Code of Conduct/Enforcement guidelines/Revision discussions
  3. Universal Code of Conduct/Policy text/Revision discussions
  4. Template:Universal Code of Conduct/Header
  5. Universal Code of Conduct/Enforcement guidelines/Voting/Report/Announcement
  6. Universal Code of Conduct/Enforcement guidelines/Voting/Report
  7. Universal Code of Conduct/Enforcement guidelines/Voting/Results/Announcement
  8. Universal Code of Conduct/Enforcement guidelines/UCoC Phase 2 Ratification Results Announcement
  9. Universal Code of Conduct/Enforcement guidelines/Voting/Results
  10. Universal Code of Conduct/Enforcement guidelines
  11. This page
  12. Universal Code of Conduct/Enforcement guidelines/Voting/Stats
  13. Universal Code of Conduct/Enforcement guidelines/Voting/Stats/Extended
  14. Universal Code of Conduct/Enforcement guidelines/Voter information
  15. Universal Code of Conduct/Enforcement guidelines/Vote
  16. Universal Code of Conduct/Enforcement guidelines/Voting
  17. Universal Code of Conduct/Enforcement guidelines/Vote/Closing message
  18. Universal Code of Conduct/Enforcement guidelines/Voting/Translations (ballot)

অনুবাদ কৰিবলগীয়া নতুন পৃষ্ঠাসমূহৰ বিষয়ে জাননী পাবলৈ পঞ্জীয়ন কৰক