ৱিকিমিডিয়া ৱিকিমিট ভাৰত ২০২১/নিবন্ধন

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikimedia Wikimeet India 2021/Registration and the translation is 57% complete.
Outdated translations are marked like this.

সাধাৰণ তথ্য

ৱিকিমিডিয়া ৱিকিমিট ভাৰত ২০২১ (WMWM2021) ভাৰতত CIS-A2Kৰ দ্বাৰা আয়োজিত আৰু উপস্থাপিত।

পঞ্জীয়ন কাল

পঞ্জীয়ন কাল শনিবাৰ, ১৬ জানুৱাৰী, ২০২১ত আৰম্ভ আৰু মঙ্গলবাৰ, ১৬ ফেব্ৰুৱাৰী, ২০২১ত সমাপ্ত হ'ব। পঞ্জীয়ন কাল সমাপ্ত হোৱাৰ পাছত কোনো পঞ্জীয়নৰ অনুৰোধ গ্ৰহণ কৰা নহ'ব।

Instant registration

The instant registration process is closed, as the event is over.