ৱিকিপিডিয়া গ্ৰন্থাগাৰ

From Meta, a Wikimedia project coordination wiki
Jump to: navigation, search
This page is a translated version of the page The Wikipedia Library and the translation is 64% complete.

Other languages:
العربية • ‎অসমীয়া • ‎azərbaycanca • ‎башҡортса • ‎български • ‎বাংলা • ‎čeština • ‎Deutsch • ‎Zazaki • ‎Ελληνικά • ‎English • ‎Esperanto • ‎español • ‎euskara • ‎estremeñu • ‎فارسی • ‎suomi • ‎français • ‎Gaeilge • ‎galego • ‎עברית • ‎हिन्दी • ‎Bahasa Indonesia • ‎Ido • ‎italiano • ‎日本語 • ‎ქართული • ‎қазақша • ‎한국어 • ‎Kurdî • ‎lietuvių • ‎latviešu • ‎मराठी • ‎မြန်မာဘာသာ • ‎norsk bokmål • ‎नेपाली • ‎Nederlands • ‎polski • ‎پښتو • ‎português • ‎português do Brasil • ‎русский • ‎Scots • ‎سنڌي • ‎සිංහල • ‎shqip • ‎Basa Sunda • ‎svenska • ‎தமிழ் • ‎тоҷикӣ • ‎тоҷикӣ • ‎ไทย • ‎Türkçe • ‎українська • ‎اردو • ‎Tiếng Việt • ‎中文
Wikipedia Library owl.svg

ৱিকিপিডিয়া গ্ৰন্থাগাৰ

State Library of Victoria La Trobe Reading room 5th floor view.jpg

ৱিকিপিডিয়া গ্ৰন্থাগাৰে সম্পাদকসকলক ৱিকিপিডিয়া উন্নতৰ কৰিবলৈ নিৰ্ভৰযোগ্য উত্‌স লভাত সহায় কৰে।

আমি জ্ঞান বৃত্তিধাৰীসকলক ৰাইজৰ সৈতে নিজৰ সংগ্ৰহ বিতৰণ কৰাত সহায় কৰো।

গোলকীয় শাখা

ArabicBanglaCatalanGreekEnglishSpanishPersianFinnishFrenchHebrewKurdishNorwegianPolishPortugueseSimple EnglishSindhiSwedishTurkishUkrainianVietnameseYorubaChinese

গ্ৰন্থাগাৰটোৰ বিসয়ে

ৱিকিপিডিয়া গ্ৰন্থাগাৰ এক মুক্ত অনুসন্ধান কেন্দ্ৰ, এক ঠাই য'ত সক্ৰিয় ৱিকিপিডিয়া সম্পাদকে নিজৰ কাম কৰিবলৈ দৰকাৰী নিৰ্ভৰযোগ্য উত্‌স ব্যৱহাৰ কৰাৰ ক্ষমতা পায় আৰু সেই সম্পদ ব্যৱহাৰ কৰি ৱিকিপিডিয়াক উন্নতৰ কৰোতে সমৰ্থন আৰু সহায় লভে। আমি উত্‌সৰ ব্যৱহাৰ মুক্ত, সহজ, সহযোগমূলক আৰু দক্ষ কৰিব বিচাৰো।

ৱিকিপিডিয়া গ্ৰন্থাগাৰক ৱিকিমিডিয়া ফাউণ্ডেচনৰ কৰ্মচাৰী আৰু বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱীৰ দলে চলাই। আমি এক সমাজ-ব্যৱস্থিত উপগ্ৰহীয় মডেলেৰে কাম কৰো: আমি বৈশ্বিক প্ৰকল্পটো শাসন কৰো কিন্তু স্থানীয় সমন্বয়কৰ সৈতে প্ৰতিখন স্থানীয় সমাজক নিজৰ নিজৰ গ্ৰন্থাগাৰ নিৰ্মাণত একেলগে কাম কৰো।

সম্পৰ্কত আহক
 ই-মেইল: wikipedialibrary-at-wikimedia.org •  টুইটাৰ: @wikilibrary ফে'চবুক: The Wikipedia Library ডাক সূচী: Wikipedia-Library আই আৰ চি (irc): #wikipedia-library

আমাৰ উদ্দেশ্য

Partner to provide free access to paywalled publications, databases, universities, and libraries

ৱিকিপিডিয়ানসকলৰ অনুসন্ধান সহজতৰ কৰা, সম্পাদকসকলক উত্‌স বিচৰাত আৰু ব্যৱহাৰ কৰাত সহায় কৰা

আমাৰ সম্পাদক, গ্ৰন্থাগাৰ আৰু গ্ৰন্থাগাৰধ্যক্ষৰ সমাজৰ মাজত সম্পৰ্ক গঢ়া

সম্পাদকসকলক নিজৰ নিজৰ স্থানীয় গ্ৰন্থাগাৰ আৰু মুক্তভাৱে লাভ কৰিব পৰা উত্‌সৰ সৈতে সংযোগ কৰা

প্ৰকাশন আৰু অনুসন্ধানত বহলতৰ মুক্ত প্ৰৱেশাধিকাৰ প্ৰোত্‌সাহিত কৰা

আমি কি কৰো

পত্ৰিকা প্ৰৱেশাধিকাৰ: সম্পাদকসকলে যোগদান কৰিব পৰা মুক্ত পত্ৰিকা প্ৰৱেশাধিকাৰৰ বৰঙণিৰ আয়োজন কৰা।্‌

গ্ৰন্থ ক্ৰয়: সম্পাদকসকলক অনুসন্ধান কৰাত সহায়ক গ্ৰন্থ ক্ৰয় কৰাত সহায় কৰা।

বিদ্বান পৰিদৰ্শন: সম্পাদকসকলক এক সম্পূৰ্ণ গ্ৰন্থাগাৰ সংগ্ৰহৰ প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ বিশ্ববিদ্যালয় গৱেষক কৰ্মী মৰ্যাদা প্ৰদান কৰা।

উত্‌স বিতৰণ: উত্‌স বিতৰণ পৃষ্ঠা সৃষ্টি কৰা য'ত সম্পাদকসকলে আন সম্পাদকৰপৰা উত্‌স অনুৰোধ কৰিব পাৰে।

তথ্যকেন্দ্ৰ: সম্পাদকসকলৰ বাবে তথ্যকেন্দ্ৰ প্ৰতিষ্ঠা কৰা য'ত প্ৰশ্ন কৰিব আৰু সহায় তথা উত্তৰ লভিব পৰা যায়।

গৱেষণা সাক্ষৰতা: পাঠকসকলক আৰু সম্পাদকসকলক ৱিকিপিডিয়াৰ বাবে আৰু ৱিকিপিডিয়াৰ সৈতে গৱেষণা কৰা শিকাত সহায় কৰা।

সজুলি: গৱেষণা কৰা আৰু উত্‌সৰ সৈতে সংযোজিত হ'বলৈ সম্পাদকসকলক সহায় কৰিবলৈ সজুলি তৈয়াৰ কৰা।

অধিক জানিবলৈ আমাৰ চাইটমেপত ঘূৰি চাব পাৰে।


আপুনি জড়িত কেনেকৈ হ'ব পাৰে

এটি স্থানীয় শাখা খুলি: আমি আপোনাৰ সম্প্ৰদায়ক নিজা ৱিকিপিডিয়া গ্ৰন্থাগাৰ নিৰ্মাণ কৰাত সহায় কৰিম। আমাৰ লগত যোগাযোগ কৰক!

Become a coordinator: Work on our team in account, partner, reference, metrics, communications, outreach, and technical support

Get your library involved: Explore our options for engaging as a library

Donor outreach: Contact publishers and potential donors. You can help.

Help us with tech projects: Help complete technical tools, tasks, and changes to improve research on Wikimedia projects.

Read the newsletter: Read about and stay up to date on our recent and ongoing activities.


My library
Was dukedom large enough.

— William Shakespeare

I have always imagined that
Paradise will be a kind of library.

— Jorge Luis Borges

People can lose their lives in libraries.
They ought to be warned.

— Saul Bellow

The only thing that you absolutely have to know, is the location of the library.

— Albert Einstein

You build a thousand castles, a thousand sanctuaries, you are nothing;
you build a library, you are everything!
— Mehmet Murat ildan।