Jump to content

বেটুপাত

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Main Page and the translation is 100% complete.

মেটা-ৱিকি

মেটা-ৱিকিলৈ আদৰণি জনাইছোঁ'— ই ৱিকিমিডিয়া ফাউণ্ডেসশ্যনপ্ৰকল্পসমূহৰ লগতে আনুষংগিক প্ৰকল্পসমূহৰ বাবে বিশ্বব্যাপী সমাজৰ ছাইট যি সমন্বয় গঢ়া আৰু তথ্যপত্ৰ প্ৰস্তুত কৰাৰ পৰা আদি কৰি পৰিকল্পনা আৰু বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা হয়।

ৱিকিমিডিয়া আউটৰিচৰ দৰে অন্য মেটা-কেন্দ্ৰিক বিশেষীকৃত ৱিকি প্ৰকল্পসমূহৰো মূল হৈছে মেটা-ৱিকি। ইয়াৰ সম্পৰ্কীয় আলোচনা ৱিকিমিডিয়া মেইলিং তালিকা (বিশেষকৈ wikimedia-l আৰু ইয়াতকৈ কম জনপ্ৰিয় সমপৰ্যায়ৰ ৱিকিমিডিয়াঘোষণা), লিবেৰা আইআৰচি চেনেল, ৱিকিমিডিয়া সগযোগীসকলৰ সুকীয়া ৱিকিসমূহ আৰু অন্য স্থানত কৰা হয়।

সাম্প্ৰতিক কাৰ্যক্ৰমসমূহ

অক্টোবৰ ২০২৫

October 24 - October 25: Wiki Leaders Training 2025 in Cox's Bazar, Bangladesh
October 25: WikiConference Seoul 2025 in Seoul, South Korea
October 30 - November 1: GLAM Wiki 2025 in Lisbon, Portugal
October 31: Last day to request a scholarship with the Wikimedia Foundation to support your travel to Wikimania 2026 in Paris, France

নৱেম্বৰ ২০২৫

November 21 - November 23: WikiIndaba conference 2025 in Der es Salaam, Tanzania.


সমাজ আৰু যোগাযোগ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, মেটা-ৱিকিbআৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন হৈছে সৰ্বাংগীন অলাভকাৰী প্ৰতিস্থান যি আটাইবোৰ ৱিকিমিডিয়া প্ৰকল্প আৰু মিডিয়াৱিকিৰ ড'মেইন নাম, ল'গ' আৰু ট্ৰেডমাৰ্ককে ধৰি ৱিকিমিডিয়া ছাৰ্ভাৰসমূহৰ অধিকাৰী। মেটা-ৱিকি হৈছে ৱিভিন্ন ৱিকিমিডিয়া ৱিকিৰ সমন্বয়ী ৱিকি।