উৎপীড়নৰ আলোচনাচক্ৰ ২০১৫

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Harassment consultation 2015 and the translation is 40% complete.

উৎপীড়ন আৰু শিষ্টাচাৰ হৈছে ইণ্টাৰনেট-ভিত্তিক সমাজৰ এটা বৰ্ধিত আলোচনাৰ বিষয়, আৰু ৱিকিমিডিয়া প্ৰকল্পসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। ৱিকিমিডিয়া প্ৰকল্পসমূহৰ একক প্ৰকল্পসমূহে এই বিষয় সমূহৰ সমাধান বহু বছৰৰে পৰা বিচাৰি আছে, কিন্তু ই এটা চলন্ত সংঘাত।

এনে বহু পৰিকল্পনাৰ ভিতৰত এই বিষয়ৰ এয়া এক প্ৰথম আলোচনাচক্ৰ, উদ্দেশ্য হৈছে ৱিকিপিডিয়া সমাজত উৎপীড়ন সম্বন্ধীয় প্ৰত্যাহ্বান সমূহৰ ধাৰণা, আলোচনা, প্ৰস্তাৱ আৰু সাম্ভাব্য সমাধান-সুত্ৰ নিৰ্ণয় কৰা।

কিদৰে অংশগ্ৰহণ কৰিব?

This is not a space to report specific instances of harassment; those are best reported through the existing channels on your project. You are welcome to make statements about your experiences as long as situations are anonymized. Please do not name other users. Please observe the Friendly Space Expectations when sharing your thoughts or discussing those of others.

আমাৰ প্ৰকল্পসমূহৰ উৎপীড়ন সম্পৰ্কে আপুনি কি ভাবে? প্ৰয়োজনীয় বিষয়সমূহ:

  • Observations about current approaches on our projects or elsewhere – what works, what doesn't;
  • Potential new or modified solutions or approaches to resolving issues on our projects.
  • Thoughts on the impact, if any, harassment has on Wikimedia projects and contributors.

All thoughts are welcome. We hope, eventually, to craft together actionable movement-wide resources for assisting with these issues.

Community Advocacy, Wikimedia Foundation

Further reading

ধাৰণাসমূহ

Click here to check for new entries