Universal Code of Conduct/Enforcement guidelines/Voting/Translations/as
Appearance
Outdated translations are marked like this.
The vote on proposed changes to the Universal Code of Conduct (UCoC) Enforcement Guidelines and the U4C Charter has closed. Thank you for participating. |
This page coordinates translation of the 2023 Universal Code of Conduct Enforcement Guidelines Ratification poll question.
অনুবাদত সহায় কৰিব বিচাৰে? নথকা বাৰ্তাসমূহ অনুবাদ কৰক।
ভোটদান কৰক
হয়
নহয়
প্ৰশ্ন
আপুনি প্ৰস্তাৱিত নিৰ্দেশনাৱলী-ভিত্তিক সাৰ্বজনীন আচৰণবিধি বলবৎ কৰাৰ সমৰ্থন কৰেনে?
এই ভোটটো সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীৰ অনুমোদন প্ৰক্ৰিয়াৰ অংশ। তলত আপোনাৰ ভোট দাখিল কৰক। অধিক তথ্যৰ বাবে মেটা-ৱিকিৰ ভোটাৰ সহায় পৃষ্ঠালৈ যাওক।
Please choose "no" or "yes". Votes with neither "no" or "yes" selected will not be included in the final count.
তথ্য চিনাক্ত নকৰাকৈ মন্তব্যসমূহ সংক্ষিপ্ত কৰা হ'ব আৰু ৱিকিত প'ষ্ট কৰা হ'ব।
Other material
- title: সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীৰ অনুমোদন
- jumptext: ভোটটো এটা কেন্দ্ৰীয় ৱিকিত অনুষ্ঠিত হ'ব। স্থানান্তৰিত হ'বলৈ অনুগ্ৰহ কৰি তলৰ বুটামটোত ক্লিক কৰক। অনুগ্ৰহ কৰি মন কৰিব যে আপুনি যেতিয়া ভোটদান কৰিব, তেতিয়া পৰীক্ষকসকলক ভোটটোৰ অখণ্ডতা নিশ্চিত কৰিব দিবপৰাকৈ আপোনাৰ IP ঠিকনা আৰু ব্যৱহাৰকাৰী এজেণ্টকে ধৰি কিছুমান তথ্য সংগ্ৰহ কৰা হ'ব। সেই তথ্য নিৰ্বাচন সমাপ্ত হোৱাৰ ৯০ দিনৰ পাচত মচি পেলোৱা হ'ব আৰু কেৱল পৰীক্ষক আৰু কৰ্মচাৰী নিৰ্বাচনৰ উপদেষ্টাসকলৰ বাবেহে দৃশ্যমান হ'ব।
- returntext: সাৰ্বজনীন আচৰণবিধি প্ৰকল্প
- unqualifiederror: ক্ষমা কৰিব, কিন্তু আপুনি যোগ্য ভোটাৰ তালিকাত থকা যেন লগা নাই। ভোটাৰৰ যোগ্যতা আৰু আপুনি যোগ্য হ'লে ভোটাৰ তালিকাত কেনেকৈ যুক্ত হ'ব সেই বিষয়ে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি ভোটাৰ সহায় পৃষ্ঠালৈ যাওক।