ৱিকিপিডিয়া চন্দ্ৰলৈ

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Wikipedia to the Moon and the translation is 71% complete.
Outdated translations are marked like this.
Home Phase 1: scenarios Phase 2: voting Phase 3: working Phase 4: wrap-up About FAQ
  done done done done    

A group of science enthusiasts from Berlin, Germany, are planning to send their own custom-built rover to the Moon. And they want to take Wikipedia with them. In the year of Wikipedia’s 15th anniversary, our global community of editors is invited to prepare the ultimate time (and space) capsule of knowledge.

ৱিকিপিডিয়া চন্দ্ৰলৈ – ভুৰুকাত ভৰাই

প্ৰায় ৪০ বছৰেই হ'ল ভয়েজাৰ ২এ মানৱ জাতিৰপৰা এটি বাৰ্তা বহিৰ্জগতলৈ লৈ যোৱাৰ, নিজৰ প্ৰখ্যাত "গ'ল্ডেন ৰেকৰ্ড"ত। সেই ৰেকৰ্ডত আছিল অভিবাদন, কিছু ধ্বনি আৰু ছবি, কিন্তু নাছিল মানৱ জাতিৰ জ্ঞানৰ সমষ্টি।

পাৰ্ট টাইম চাইণ্টিষ্টছ Google Lunar XPRIZE প্ৰত্যাহ্বানৰ ৫ বাচি থকা দলৰ অন্যতম। তেওঁলোকৰ লক্ষ্য ২০১৭ চনলৈ চন্দ্ৰ পোৱা, ৰ'ভাৰ সঠিকভাৱে অৱতৰণ কৰা, ৰ'ভাৰ ৫০০ মিটাৰ চলোৱা আৰু পৃথিৱীলৈ ছবি প্ৰেৰণ কৰা। স্পেচ ভেহিকল এখনত বস্তু লৈ যাবলৈ অধিক ঠাই নাথাকে। সাধাৰণতে এই তথা কথিত payload বৈজ্ঞানিক পৰীক্ষণ আদিৰ বাবে ব্যৱহৃত হয়। পাৰ্ট টাইম চাইণ্টিষ্টছৰ মুন ৰ'ভাৰত সেই সবৰ বাবে ঠাই আছে, পিচে লগতে আছে এক তথ্য সম্বলিত কৰিব পৰা ডিস্ক যি তেওঁলোকে জাৰ্মান ৱিকিমিডিয়া চেপ্টাৰ, ৱিকিমিডিয়া ডেউটছলেণ্ডক প্ৰদান কৰিব বিচাৰিছে, ৱিকিপিডিয়াৰ বাবে ব্যৱহাৰ কৰিবলৈ।

এক ৱিকিপিডিয়া ডাম্প লৈ ডিস্কত ভৰাই নিদিও কিয়? কাৰণ উপলব্ধ ডিস্ক স্পেচ অতিকৈ সীমিত আৰু এক বৃহৎ সংস্কৰণো সংৰক্ষণ কৰিব নোৱাৰিব—সংস্কৰণৰ ইতিহাস আৰু মিডিয়া ফাইলসমূহ বাদ দিও। তাতকৈও অধিক গুৰুত্বপূৰ্ণ, ৱিকিপিডিয়া এক সঁচাকৈ বৈশ্বিক প্ৰকল্প আৰু আজি প্ৰায় ৩০০ ভাষাত সমল আছে। যদি ৱিকিপিডিয়াৰ এক স্নেপচটো চন্দ্ৰলৈ প্ৰেৰণ কৰিব পৰা যায়, ই "মানৱ জাতিৰ জ্ঞানৰ সমষ্টি"ৰ এক বাস্তৱিক স্নেপচট যেন হ'ব। সেয়ে ই কেৱল ৱিকিপিডিয়াৰ সমলৰ মানকেই নহয়, বৰঞ্চ ইয়াৰ সাংস্কৃতিক বৈষম্য, ইয়াৰ ভিন্ন দৃষ্টিকোণ আৰু ভিন্ন মতো কঢ়িয়াব লাগিব।

কেনেকৈ কৰা হ'ব? কেনেকৈ নিৰ্ণয় কৰা হ'ব? At Wikimedia Deutschland, we think that the best way to decide about a space-traveling snapshot of Wikipedia is to resort to the strengths of its basic principles: This is an anniversary gift to all Wikipedia communities all over the world. Let us discuss as a global movement and collaborate on-wiki. It’s a unique challenge in and of itself, কাৰণ কেতিয়াও পূৰ্বে সকলো ৱিকিপিডিয়া সম্প্ৰদায়সমূহক একেলগে একে সময়তে সীমিত ঠাই.... আৰু সীমিত সময়ৰ এটি বিষয়ত নিৰ্ণয় ল'বলৈ আৰু কৰ্ম কৰিবলৈ আমন্ত্ৰণ কৰা হোৱা নাই। Payloadৰ নিৰ্দিষ্ট সময়সীমাক মন কৰি সম্পাদনাৰ সময় সীমা লৈ কাম কৰাৰো প্ৰয়োজনীয়তা আহি পৰিছে। আমাৰ লক্ষ্য সম্প্ৰদায়ৰ আলোচনা, নিৰ্ণয় আৰু সমলৰ প্ৰস্তুতকৰণ ২০১৬ চনৰ আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱসলৈ সম্পন্ন কৰা:

৫ ডিচেম্বৰ ২০১৬ চন। ৩ কোটি ৯০ লাখ প্ৰবন্ধ, ৩০০ ভাষা, হাজাৰ হাজাৰ সম্পাদক। প্ৰায় ২০ GB তথ্য স্পেচ সম্বলিত এখন ডিস্ক।

মেটা-ৱিকিৰ এই চাইটক জুন ২০১৬ চনৰ ৱিকিমেনিয়া এচিন' লাৰিয়'লৈকে প্ৰক্ৰিয়াটোক সহজতৰ কৰিবলৈ সজোৱা হৈছে। তেতিয়ালৈকে আমি এক বৈশ্বিক সম্প্ৰদায় হিচাপে কেনেকৈ আগবাঢ়ি যাব পাৰিম আৰু নিজৰ নিজৰ ভাষিক সম্প্ৰদায় হিচাপে কেনেকৈ আগবাঢ়ি যাব পাৰিম সেই কথা নিৰ্ণয় কৰিব লাগিব। অনুগ্ৰহ কৰি বিষয়ে বাAbout আৰু FAQ পঢ়ক

আহক, ৱিকিপিডিয়াক চন্দ্ৰলৈ লৈ যাও! আমাক আপোনাৰ মত আৰু বিচাৰ লাগে চলিত আলোচনাৰ বাবে সাম্ভাব্য কৰ্ম পৰিবেশৰ বিষয়ে। অনুগ্ৰহ কৰি সম্পাদনা কৰক!!

See also