সপ্তাহটোৰ অনুবাদ
এই পৃষ্ঠাখন সপ্তাহটোৰ ৱিকিপিডিয়া অনুবাদৰ বাবে।
প্ৰতি সপ্তাহত সোমবাৰৰ পৰা আৰম্ভ কৰি কোনো চমু প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ প্ৰথম অনুচ্ছেদটো বাছি লোৱা হয় যাতে তাক যিমান পাৰি সিমান ভাষালৈ (বিশেষকৈ সৰু সৰু ভাষালৈ) অনুবাদ কৰা হয়।
আদৰ্শ প্ৰাৰ্থীসমূহ ১) চমু, ২) অনুবাদ কৰাত সহজ, ৩) অন্য বিষয়ৰ সম্ভাৱ্য অনুবাদৰ দিশত আগুৱাই লৈ যায়। লক্ষ্য হৈছে আমাৰ হাতত থকা প্ৰতিটো ভাষাতে বিস্তৃত বিষয় সামৰি লোৱা। (লগতে চাওক: প্ৰস্তাৱিত সকলো ভাষাত থাকিবলগীয়া প্ৰবন্ধৰ তালিকা আৰু মিনিপিডিয়া, চমু প্ৰবন্ধৰ সংকলন সৃষ্টি কৰিবলৈ এটা প্ৰকল্প।)
অনুগ্ৰহ কৰি প্ৰতি সপ্তাহৰ অনুবাদ শেষ হোৱাৰ পিছত প্ৰবন্ধটোৰ আপোনাৰ ভাষাৰ সংস্কৰণৰ ৱিকিতথ্যত আন্তঃৱিকি সংযোগসমূহ আপডেট কৰিব যাতে সকলো ভাষা ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে।
আপুনি বেবীলন, ৱিকিমিডিয়াৰ অনুবাদ-সম্পৰ্কীয় কাৰ্য্যকলাপৰ কেন্দ্ৰত অন্য অনুবাদকসকলৰ সৈতে যোগাযোগ কৰিব পাৰে বা তেওঁলোকৰ পৰা সহায় বিচাৰিব পাৰে।
এইটো সপ্তাহ (২৩)
এইটো সপ্তাহৰ বিজয়ী হ'ল en:Umuganda.
অনুগ্ৰহ কৰি ইয়াত অনুবাদসমূহ তালিকাভুক্ত কৰক।
বৰ্তমানৰ প্ৰাৰ্থীসমূহ
আপোনাৰ প্ৰিয় প্ৰাৰ্থীৰ কাষত নিজৰ নামটো লগাব, লগতে প্ৰবন্ধটোত থকা সম্ভাৱ্য লিংকবোৰো লগাব (আন কোনো কোনোৱেও সেইবোৰ অনুবাদ কৰিব বিচাৰিব পাৰে)। অনুগ্ৰহ কৰি /অনুবাদৰ প্ৰাৰ্থীসমূহত ভোট দিয়ক।
ব্যৰ্থ প্ৰাৰ্থীসমূহ /আঁতৰোৱা হৈছে-ত পোৱা যাব।
আগ্ৰহী অনুবাদকসকল
এই প্ৰকল্পত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী অনুবাদকসকলে নিজকে ইয়াত তালিকাভুক্ত কৰিব পাৰে। আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে আগতীয়াকৈ ধন্যবাদ। যদি আপোনালোকে প্ৰতি সপ্তাহত আপোনালোকৰ আলোচনা-পৃষ্ঠালৈ সপ্তাহটোৰ অনুবাদ পঠিওৱাটো বিচাৰে, তেন্তে আপোনালোকে তলৰ বুটামটোৰে নিজকে তালিকাভুক্ত কৰিব পাৰে।
পূৰ্বৰ অনুবাদসমূহ (২০২৬)
- Week1: The Morning of the Magicians(en) — 7 languages before + 1 increase
- Week2: Somaliland War of Independence(en) — 5 languages before + 2 increase
- Week3: Pietro Lauro(it) — 4 languages before + 1 increase
- Week4: Volto di Palazzo Vecchio(it) — 3 languages before + 1 increase
- Week5: Raffaello Kobayashi(it) — 2 languages before + 0 increase
- Week6: Censorship in the Czech Republic(en) — 2 languages before + 1 increase
- Week7: Petites Heures of Jean de France, Duc de Berry(en) — 8 languages before + 1 increase
- Week8: Lysmata grabhami(en) — 8 languages before + 3 increase
- Week9: Elefante di Cremona(it) — 6 languages before + 0 increase
- Week10: Treaty of the Danish West Indies(en) — 11 languages before + 1 increase
- Week11: Steens Mountain(en) — 9 languages before + 1 increase
- Week12: Casque (anatomy)(en) — 4 languages before + 4 increase
- Week13: Etruscan sculpture(en) — 7 languages before + 2 increase
- Week14: Pulse (nightclub)(en) — 8 languages before + 0 increase
- Week15: Tofana di Rozes(en) — 7 languages before + 1 increase
- Week16: Very-low-calorie diet(en) — 8 languages before + 1 increase
- Week17: Chromodoris willani(en) — 7 languages before + 2 increase
- Week18: Platypus venom(en) — 3 languages before + 3 increase
- Week19: Kuwait National Assembly Building(en) — 6 languages before + 3 increase
- Week20: Macau National Security Law(en) — 5 languages before + 1 increase
- Week21: Stela of the cactus bearer(en) — 3 languages before + 2 increase
- Week22: Griffith Hughes(en) — 5 languages before + 2 increase
- Week23: Umuganda(en) — 5 languages before