মেটা:বেবীলন
আৰম্ভ কেনেকৈ কৰিব
- ৱিকিমিডিয়া অনুবাদৰ পৰিচয়
- অনুবাদকৰ বাবে টিউট'ৰিয়েল
- আপুনি কি ভাষা কয়?
- ৱিকিমিডিয়া আন্দোলনত নতুন অনুবাদকসকলৰ বাবে চমু পৰিচয়
যোগাযোগ
- বেবীলনৰ আলোচনা-পৃষ্ঠা
- যদি অনুবাদৰ বিষয়ে আপোনাৰ প্ৰশ্ন, সন্দেহ, প্ৰস্তাৱ আৰু আন কিবা সুধিবলগীয়া আছে— এই পৃষ্ঠাত লিখক।
- অনুবাদকৰ মেইলিং তালিকা
- আধিকাৰিক ৱিকিমিডিয়া অনুবাদকসকলৰ মেইলিং তালিকা। ছাইন আপ আৰু!
- #ৱিকিমিডিয়া-অনুবাদconnect
- আধিকাৰিক অনুবাদকৰ আইআৰচি চেনেল। আপোনাক সহায়ৰ প্ৰয়োজন হ'লে, মাথোঁ কথা পাতিব বিচাৰিলে বা নতুন অনুৰোধ-সম্পৰ্কীয় আপডেটৰ বাবে আমাক ওচৰলৈ আহক!
- অনুবাদকৰ বাতৰি-পত্ৰ
- মেইলিং তালিকাৰ বিকল্প, ৱিকিৰ ভিতৰুৱা বাতৰি-পত্ৰৰ সৈতে থাকে যিয়ে আপোনালৈ জাননী পঠিয়াব।
নতুন ব্যৱস্থাৰ সৈতে মেটা-ৱিকিত থকা সকলো অনুবাদৰ অনুৰোধ তালিকাভুক্ত কৰা স্বয়ংক্ৰিয়-যাদুকৰী পৃষ্ঠা (অনুবাদৰ এক্সটেনশ্যন-সম্পৰ্কীয় সহায় চাওক)।
পোনপটীয়া লিংকসমূহ:
- অনুবাদৰ অনুৰোধ কেনেদৰে কৰিব
- CentralNotice – ছাইট-জোৰা বেনাৰ যি মেটাট অনুবাদ কৰা হয়
- মিডিয়াৱিকি স্থানীয়কৰণ ('translatewiki.net ছাইটত)
অনুবাদক হ'বলৈ ছাইন আপ কৰক
- যেতিয়া আপোনাৰ ভাষালৈ অনুবাদৰ কৰিবলগীয়া নতুন সামগ্ৰী থাকিলে জাননী লাভ কৰিবলৈ অনুবাদক হিচাপে ছাইন আপ কৰাটো এতিয়া সহজ।
- ছাইন আপ কৰিবলৈ কেৱল এই পৃষ্ঠালৈ যাওক:
- একেটা পৃষ্ঠাতে আপুনি গ্ৰাহকভুক্তী বাতিল কৰিবও পাৰে।
- বৰ্তমানে সক্ৰিয় প্ৰযুক্তি অনুবাদকৰ তালিকাত নিজকে যোগ দিয়ক।
ৱিকিমিডিয়া প্ৰকল্পত অনুবাদৰ বিষয়সমূহ
মেটা-ৱিকিত থকা সপ্তাহটোৰ অনুবাদ হৈছে ৱিকিপিডিয়াসমূহত নথকা প্ৰবন্ধসমূহ অনুবাদ কৰি যোগ কৰিবলৈ এটা প্ৰকল্প।
ৱিকিপ্ৰকল্পৰ অনুবাদ ৱিকিউৎস
পুৰণি অনুবাদসমূহ সংগ্ৰহ কৰা আৰু কেতিয়াও অনুবাদ নোহোৱা বা কেৱল কপিৰাইট-যুক্ত অনুবাদ ইত্যাদি থকা উৎস গ্ৰন্থসমূহৰ বাবে নতুন অনুবাদ সৃষ্টি কৰাত বিভিন্ন ৱিকিউৎস ভাষাৰ ৱিকিৰ মাজত সমন্বয় বজাই ৰাখিবলৈ এক পদক্ষেপ। ইংৰাজী ৱিকিউৎসত আয়োজিত।
স্থানীয়কৰণৰ বিষয়ে
অনুবাদক আৰু বিকাশক দুয়োৰে বাবে স্থানীয়কৰণৰ বিষয়ে তথ্য MediaWiki.org স্থানীয়কৰণ পৃষ্ঠাত পোৱা যাব।
আপুনি আমিৰৰ ব্লগত কিছুমান উপযোগী কিটিপ পঢ়িব পাৰে।
Ideas and requests on how translation can be improved can be found in the Community Wishlist.
Media about translation and multilingualism can be found at c:Category:Wikimedia multilingualism.
দীৰ্ঘম্যাদী অনুবাদৰ কৌশল
আপুনি অনুবাদৰ কৌশল পৃষ্ঠাত অনুবাদৰ সৈতে কেনেদৰে কাম কৰিব লাগে সেই বিষয়ে ধাৰণাবোৰ পঢ়িব আৰু আলোচনা কৰিব পাৰে।
